sristirjiligoni.wordpress.com
অব্যক্ত : ৰশ্মি ৰেখা দাস
অনুভৱ মোৰ তেজে তেজে বৈ যায় সুৰৰ মূৰ্চ্ছনা হৈ কেতিয়াবা নিষাদ কেতিয়াবা গান্ধাৰ এটি অব্যক্ত সুৰৰ গান হৈ উজায়। আপোনাৰ সত্তা মোৰ হৃদয়ৰ আৱৰণ জুৰ মলয়াত কঁপি কঁপি মোৰ বুকুৱে চকুৱে শিহৰণ সেয়াও যেন অব্যক্ত স…