pritambora.wordpress.com
উদ্ভাসিত ( পঞ্চম খণ্ড)
দেউতা চৰকাৰী চাকৰিয়াল বাবে ইলেকচনৰ ডিউটি কৰিব লগা হৈছিল। পাঁচবছৰৰ মূৰে মূৰে আহিছিল ইলেকচন। মই বৰ বুজি নাপাইছিলো। পিছে বাতৰিকাকত পঢ়ি অলপ ধাৰণা এটা হৈছিল। আইতাৰ লগত জুইশালত বহি আছিলাে। ভণ্টিয়ে সুধ…