pritambora.wordpress.com
উদ্ভাসিত ( ৩য় খণ্ড)
সময় পাৰ হৈছিল। ম‌ই স্কুল যাব পৰা হৈছিলো। ভণ্টিও অলপ ডাঙৰ হৈছিল। তাইৰ মুখত দুই এটা কথা ফুটিবলৈ লৈছিল। মোক মাহঁতে ওচৰৰ প্ৰাথমিক বিদ্যালয়তে নাম লগাবলৈ ঠিক কৰিছিল। দিনটো আহি পৰিছিল। মায়ে জোতা মোজা প…