pritambora.wordpress.com
উদ্ভাসিত ( প্ৰথম খণ্ড)
সপোনৰ শেষ থাকেনে নাই ম‌ই নাজানো। পিছে ইয়াৰ এটা আৰম্ভণি হ’লে থাকে। অন্ততঃ মোৰ ক্ষেত্ৰত। মোৰ সপোনটোৰো এদিন আৰম্ভণি হৈছিল। দিন তাৰিখ মনত ৰাখিব পৰাকৈ ম‌ই সিমান বুজিব পৰা বয়সৰ হোৱা নাছিলো । তেনে…