pritambora.wordpress.com
উদ্ভাসিত (চতুৰ্থ খণ্ড)
মোৰ সপোন মোৰ লগতেই একেলগে ডাঙৰ হৈ আহিছিল। ডাঙৰ মানে অন্য নহয়- ম‌ই তেতিয়ালৈ জানিছিলো বহু কথা। মোৰ সপোনৰ কথা। ইতিমধ্যে ভণ্টিও স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। তাই স্কুললৈ যাবলৈ ভাল পোৱা নাছিল। তাই পিছে …