pritambora.wordpress.com
মোৰ বন্ধু পৃথিৱীত যিমানেই পৰিবৰ্তন নহওক কিয় তোৰ দৰে মানুহবোৰে মোক মই হৈ থকাত সহায় কৰে । তোৰ সৰলতাৰ মান পৃথিৱীৰ বজাৰবোৰৰ জটিলতাই যাতে হেয় কৰিব নোৱাৰে চাবি ভালকৈ । তই তোৰ সপোন চুগৈ যা মই জানো কেৱল…