exona2014.wordpress.com
স্বাস্থ্য, সংস্কাৰ-অসজাগতা, ডাইনী বিশ্বাস আৰু সমাধানৰ পথ
সমগ্ৰ বিশ্বত সৰহসংখ্যক বিশ্বাস কিম্বা অন্ধবিশ্বাস সমূহীয়া বা নিজৰ মংগল কামনা অথবা সম্ভাব্য দুৰ্যোগ নিৰসনৰ বাবে কৰা অহৰহ প্ৰচেষ্টাত সৃষ্ট। এই প্ৰচেষ্টাত যুগ যুগ ধৰি চলি অহা বিভিন্ন আদব-কায়দাবোৰৰ ৰ…