exona2014.wordpress.com
গণতন্ত্ৰ বনাম ধৰ্মতন্ত্ৰ
‘সব কা সাথ, সব কা বিকাশ’ শ্ল’গান দি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া নৰেন্দ্ৰ মোদী-নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে যোৱা দুটা বছৰত কিমান বিকাশ ঘটালে, তাৰ খতিয়ান ল’বলৈ নগৈও এটা কথা দৃঢ়তাৰে…