exona2014.wordpress.com
কৰ্মফল তত্ত্ব : মনো-সামাজিক ভূমিকা
জীৱনৰ সংকট-জঞ্জালে বিপন্ন-বিব্ৰত কৰা হিন্দুৰ মুখত প্ৰায়ে এষাৰ কথা শুনা যায় : পূৰ্বজন্মৰ পাপৰ ফল ভোগ কৰিছোঁ। জন্মান্তৰৰ ধাৰণা হিন্দু ধৰ্মত বেছ সুলভ। তত্ত্বগধুৰ ধৰ্মপুথিৰপৰা জনপ্ৰিয় পুৰাণ – সকলোতে পূ…