exona2014.wordpress.com
সম্পাদকীয় : প্ৰসংগ পুৰুষতন্ত্ৰ
অনুন্নত জীৱৰ প্ৰজননৰ বাবে ভিন্ন লিংগৰ প্ৰয়োজন নহয়। কিন্তু জীৱৰ ক্ৰমবিৱৰ্তনৰ ফলত উদ্ভূত পৰৱৰ্তী পৰ্যায়ৰ উন্নত জীৱসমূহৰ বংশবিস্তাৰ ঘটে যৌন প্ৰজননৰ জৰিয়তে। দুটা পৃথক লিংগৰ উপস্থিতি জীৱৰ ক্ৰমবিৱৰ্তনৰে…