britul.wordpress.com
বস্ত্ৰদান
ওচৰৰে এন-জি-ও এটাই আয়োজন কৰা বস্ত্ৰদান কাৰ্য্যসূচীৰ বিষয়ে গম পাইছিলো। কামত নহা, পুৰণি কাপোৰবোৰ জমা দিবলৈ অনুৰোধ কৰিছে। তেওলোকে সেইবোৰ নি দুখীয়া মানুহৰ মাজত বিলাই দিব। মোৰো কেইজোৰমান পুৰণি কাপোৰ ধুই…