britul.wordpress.com
সময়ৰ দৌৰ
সময়বোৰ যে ইমান সোনকালে পাৰ হৈ যায় ভাবিলে আচৰিতেই লাগে। ঋতু আহে ঋতু যায়, প্ৰকৃতিয়ে মোট সলায়, চাওতে চাওতে সৌ সিদিনাৰ সৰু সৰু গছপুলি জোপা ডাঙৰ হয়। বতাহত হালি জালি সি যৌৱনৰ আনন্দ-উচাহ প্ৰকাশ কৰে। সময় আ…