britul.wordpress.com
আন্দোলন .. আৰু কিমান ?
অপ্ৰিয় হʼলেও সঁচা কথাবোৰ কবই লাগিব। নাগৰিকত্ব বিধেয়ক লৈ অসম উত্তাল হৈ থকাৰ সময়তে শ্ৰমিকসংঘৰ ধৰ্মঘট সংঘটিত হৈছিল কালি(৮ জানুৱাৰী) আৰু আজি(৯ জানুৱাৰী) এই দুই দিন ধৰি। কালি আছু সমন্বিতে বহুসংখ্যক জাতী…