britul.wordpress.com
বছৰৰ শেষত
আন এটা বছৰ শেষ হবলৈ ওলাইছে৷ বহুতো তিতা মিঠা অভিজ্ঞতাৰে আমাক চহকী কৰাই থৈ মেলানি মাগিবলৈ ওলাইছে দুহেজাৰ ওঠৰ চনটোৱে৷ এনে ক্ষণত, কি পালো, কি হেৰুৱালো, কি হʼল কি নʼহোল এনেবোৰ কথাই মনৰ মাজত ভিৰ কৰেহি। অ…