britul.wordpress.com
জীৱশ্ৰেষ্ঠ ?
জীৱশ্ৰেষ্ঠ – এক হাস্যস্পদ বিশেষণ। হাস্যস্পদ বুলি কোৱাৰ ইচ্ছা এইকাৰণেই জাগিল কিয়নো এই বিশেষণটোৰ যোগেদি মানুহে নিজেই নিজকে সমস্ত জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। কিন্তু সেই শ্ৰেষ্ঠতাৰ মা…