britul.wordpress.com
অসহায় বিহংগিনী
– কিবা কোৱা আকʼ – নিজৰাৰ গাৰ ফালে হেঁচুকি মুখেৰে মাত উলিওৱাৰ চেষ্টা চানক্যৰ। – মনটো ভাল লগা নাই অʼ – কেলেই? নিজৰা নিমাত। আবেলিৰ সময়। কলেজত মানুহ-দুনুহ নাই। কলেজৰ এড্‌মিন ব্ল…