britul.wordpress.com
পৰহিৰ মানুহবোৰ
কিবা অজান শোকে মনটো খুণ্ডা মাৰি ধৰিলে। এয়াই প্ৰথম নহয়, এনে ধৰণৰ কেইবাটাও ঘটনা ঘটিল যোৱা দুবছৰ মানৰ ভিতৰত। সিদিনা ফোনযোগে দেউতাই কৈছিল ওচৰৰে চানক্য ককাৰ পৰলোক প্ৰাপ্তিৰ কথা। সেয়াও অবিশ্বাস্য, আৰু আজ…