asamiya.yourstory.com
অচিৰেই ডাষ্টবিনত জাবৰ পেলালে পাব ৱাই-ফাইৰ সুবিধা
ডাষ্টবিন ব্যৱহাৰ নকৰাটো আমাৰ বাবে যেন গৌৰৱৰহে কথা। আমি য'তে ত'তে জাবৰ পেলাই যি আনন্দ পাওঁ সেই আনন্দ হয়তো আমি আন কোনো বস্তুতে নাপাওঁ । সেয়েহে দেখা যায় ডাষ্টবিন মূখৰ আগত থাকিলেও আমি ডাষ্টবিনটোৰ কাষত...