xondhan.com
সোণামুৱা মোৰ মাজুলীৰ বেলি
সোণামুৱা মোৰ মাজুলীৰ বেলি পুৱতিৰ আন্ধাৰ ফালি সোণ হালধীয়া হাঁহি মাৰি পূবাকাশত তই যে উন্মোচন কৰ মাজুলীৰ প্ৰতিদিন ৰ'দে লেখা তোৰ দিনলিপি সামৰি-সুতৰি তই পচিমৰ দিগ্ বলয়ত নিতে যাৱ লীন চক্ৰৱৎ এই যাত্ৰা তোৰ বিৰামবিহীন । বৰলুইত যেনিবা তোৰ সেই একেখনি পুৰণি দাপোণ আজন্ম প্ৰেমৰ শাশ্বত সপোন । সৌৱা সুদূৰত নীলাভ আকাশ .... লুইতৰ ৰূপোৱালী…