xondhan.com
অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ (খণ্ড ৩)
(পুৰণি সংখ্যা) সন্ধান: অসমৰ ৰাইজে আপোনাক আবৃত্তিকাৰ হিচাপেও জানে। আবৃত্তিৰ ক্ষেত্ৰখনত আপুনি পোনপ্ৰথমে কেনেদৰে জড়িত হৈ পৰিছিল? অমৰজ্যোতি চৌধুৰী ছাৰ: আমাৰ দেউতাৰ বেছি টকা-পইচা নাছিল৷ মূলত: তেওঁ নাট্যকাৰ আছিল৷ আগতে যেতিয়া আমাৰ জন্মদিন হয়, জন্মদিন হোৱা কাষৰ মানুহবিলাকক নতুন কাপোৰ দিয়া দেখা পাওঁ৷ কিন্তু মোক তেতিয়া দেউতাই সদায় মোৰ জন্মদিনত এটা নতুন কবিতা দিয়ে আবৃত্তি…