xondhan.com
পৰিচয় (প্ৰথম খণ্ড)
এক বিশেষ কায়দাৰে কেঁচিখনৰ গুৰিফালে থকা ফুটা দুটাৰ এটা ফুটাত সোঁহাতখনৰ বুঢ়া আঙুলিটো আৰু আনটো ফুটাত অনামিকা আঙুলিটো সোমোৱাই লৈ ওখ চকীখনত এজন জীৱিত মানুহক মৃত মানুহ এজনৰ দৰে বহুৱাই তেওঁৰ চাৰিওফালে ঘূৰি ঘূৰি দীঘল আৰু অসমান হৈ থকা চুলিবোৰ সমান কৰিবলৈ যেতিয়া সি চেষ্টা কৰে , সেই সময়ত তাৰ মনলৈ সামান্য ভাৱ এটাও নাহে…