xondhan.com
পেপচি, ৰাছিয়া, সামৰিক শক্তি ইত্যাদি..
পেপচি বিশ্বৰ এক অতিশয় বৃহৎ বহুজাতিক প্ৰতিস্থান ৷ 1893 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে উৎপাদন আৰম্ভ হোৱাৰ সময়ত ইয়াৰ নাম আছিল ‘Brad's Drink‘ ৷ পৃথিৱীৰ প্ৰায়বোৰ দেশৰেই চুকে-কোণে আজি পেপচিৰ শীতল পানীয় উপলব্ধ যদিও পেপচি কোম্পানীয়ে ছোভিয়েট ৰাছিয়াৰ বজাৰত বহুদিনলৈ সোমাব পৰা নাছিল ৷ ছোভিয়েট ৰাছিয়াৰ দৰে বৃহৎ বজাৰ এখনক বহুদিনলৈ উপেক্ষা কৰি থকাতো পৃথিৱীৰ…