xondhan.com
ৰেলগাড়ীৰ ব্ৰেক আৱিষ্কাৰ কৰা অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাস
সেয়া 1905 চনৰ কথা। বৰপেটাৰ বিলৰতাৰি হাটীৰ ৰামপ্ৰসাদ দাসৰ ঘৰত এটি পুত্ৰ সন্তানৰ জন্ম হয়। পিতৃ-মাতৃয়ে নাম ৰাখিলে গুৰুপ্ৰসাদ। প্ৰাথমিক শিক্ষা সাং কৰি গুৰুপ্ৰসাদে নামভৰ্তি কৰিলে Barpeta Govt High Schoolত। পিছে গুৰুপ্ৰসাদৰ পঢ়াশুনালৈ বেছি মন নাই। সপ্তম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই গুৰুপ্ৰসাদৰ মুৰত ব্যৱসায়ৰ চিন্তাই বাহ লয়। বৰপেটাৰ Ojha Store নামৰ কাপোৰৰ দোকানৰ স্বত্তাধিকাৰী এজনৰ…