xondhan.com
থলুৱা বীজ সংৰক্ষণ আন্দোলনৰ অংশীদাৰ : মহান চন্দ্ৰ বৰা
থলুৱা বীজ সংৰক্ষণ আন্দোলনৰ অংশীদাৰ : মহান চন্দ্ৰ বৰা সমগ্ৰ বিশ্বত জৈৱিক সেউজ বিপ্লৱৰ সমান্তৰালভাৱে থলুৱা বীজ সংৰক্ষণে এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছে ৷ সেই একে সময়তে কৃষি প্ৰধান ৰাজ্য অসমত এই আন্দোলনৰ অগ্ৰণী সৈনিকৰ ভূমিকা পালন কৰি আহিছে যোৰহাটৰ উচ্চ শিক্ষিত জৈৱিক কৃষক মহান চন্দ্ৰ বৰা ই ৷ বিগত দহ বছৰধৰি একক প্ৰচেষ্টাৰে বীজ…