xondhan.com
বিখ্যাত বিজ্ঞানীৰ মনোগ্ৰাহী কাহিনী
নিকোলা_টেছলা (Nikola Tesla) পদাৰ্থ বিজ্ঞানৰ এজন স্মৰণীয় বিজ্ঞানী ৷ পদাৰ্থ বিজ্ঞানত তেওঁৰ লেখত লব লগা অৱদান আছে ৷ 1884 চনত তেওঁ ছাৰবিয়াৰ ৰ পৰা আমেৰিকালৈ আহে আৰু টমাছ আলভা এডিছনৰ সৈতে কাম কৰিবলৈ লয় ৷ radio, robotics আৰু electricityt তেওঁ কাম কৰিছিল ৷ তেওঁ কৰা বহু কামৰ কৃতিত্ব এডিছনেহে পাইছিল ৷ দৰাচলতে লাইট বাল্ব নিকলা…