xondhan.com
বিশ্ব পৰ্যটন দিৱস উপলক্ষে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী সকলৰ গিৱন অভয়াৰণ্য দৰ্শন
"সকলোৰে বাবে পৰ্যটন: সাৰ্বজনীন উপলব্ধতাক উৎসাহিত কৰা" বিশ্ব পৰ্যটন সংস্থাই নিৰ্ধাৰিত কৰা এই থীমৰ লগত সংগতি ৰাখি যোৱা ২৭ চেপ্তেম্বৰত গিৱন অভয়াৰণ্যত আয়োজন কৰা হয় বিশ্ব পৰ্যটন দিৱস । মুখ্য আয়োজক গিৱন ইক' কেম্প আৰু bijitdutta.com । বিশ্ব পৰ্যটন সংস্থাৰ আহ্বানক্ৰমে আমিও পৰ্যটনৰ পৰা সততে আতৰি থকা বিশেষভাবে সক্ষম লোকসকলক ভ্ৰমণৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰো…