xondhan.com
গুৱাহাটী ডায়েৰীজ ২০১৭
গুৱাহাটী ১৬ ডিচেম্বৰ: অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানৰ আদান-প্ৰদানেৰে আমি শক্তিশালী হ’ব পাৰোঁ ৷ সেইবাবেই আমি কথা পতাটো নিতান্তই জৰুৰী ৷ এই উদ্দেশ্য আগত ৰাখিয়েই সন্ধান ডট্ কম ই-আলোচনীৰ ( Xondhan.com ) উদ্যোগত আৰু আকিঞ্চন ফাউণ্ডেচনৰ সহযোগত কনকলাল বৰুৱা প্ৰেক্ষাগৃহত যোৱা ১৬ ডিচেম্বৰত 'গুৱাহাটী ডায়েৰীজ ২০১৭' ৰ এটি ব্যতিক্ৰমী অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত সভাত…