xondhan.com
অসম পর্যটনক ব্ৰেণ্ড এম্বেছেডৰৰ প্ৰয়োজন আছে
অসম বুলি কলে সাধাৰণতে উত্তৰ পূর্বাঞ্চলৰ বাহিৰৰ মানুহৰ মনলৈ কেনেকুৱা এখন ছবি ভাহি আহে? সকলোৱেই ভাবে প্ৰাকৃতিক সৌন্দর্যৰে পৰিপূর্ণ এখন ঠাই যত কেইটিমান মূহুর্ত কটাব পাৰিলেই তেওঁলোকে মানসিক প্ৰশান্তি লাভ কৰিব পাৰিব৷ ৰাজ্যখনৰ সেউজীয়া প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰ, কৃষ্টি-সংস্কৃতি ইত্যাদিয়ে যুগ যুগ ধৰি পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷ ভৌগোলিক তথা প্ৰাকৃতিকভাবে থকা কিছু সীমাবদ্ধতাৰ বাবেই…