xondhan.com
স্বপ্নাতুৰ
ফেঁহুজালি বেলিকাৰ পৰা ফাট মেলি আহি সূৰুযে যেতিয়া পোহৰ বিলাই, উজ্জ্বলি উঠে এই অপূৰ্ব পৃথিৱীখন ৷ সোণালী আভাসেৰে ভৰি যায় ৰূপালীৰ মনটোৱো.... মিঠা মিঠা সপোন সজোৱাৰ বাটলৈ চাই, তাই জীৱন যুদ্ধৰ পৃথিবীলৈ আগবাঢ়ি যায় । ভবা নাছিল কেতিয়াও এই সূক্ষ্ম জীৱনটোত ইমানবোৰ পৰিস্থিতিয়ে ঢাল খুৱাব তাইক, তাই পৰিছিল, উঠিছিল, আকৌ পৰিছিল মাথো কেৱল আগবাঢ়ি গৈছিল…