xondhan.com
যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা: এটি পৰ্য্যালোচনা
ক্ষিপ্ৰ গতিত পৰিৱৰ্তিত এই সমাজক এক যোগাত্মক আৰু সুস্থিৰ অৱস্থালৈ আনিবলৈ হ’লে সুস্থ-বিৱৰ্তনকামী ন-চিন্তাৰ প্ৰয়োজন আছে আৰু সেই চিন্তা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ নিমিত্তে যুৱসমাজৰ কাৰ্যকৰী ভূমিকা তথা সক্ৰিয় অংশগ্ৰহণ নিতান্তই প্ৰয়োজনীয়৷ সাম্প্ৰতিক সময়ত বিশ্বায়নে বিশেষকৈ অৰ্থনৈতিক বিশ্বায়ণে বিকাশৰ গতিক এক নমাত্ৰা দিছে৷ অৰ্থনৈতিক উদাৰীকৰণ আৰু বিশ্বায়ণে বৰ্তমানৰ যুৱ সমাজক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে যাৰ ফলত ভোগসৰ্বস্ব…