xondhan.com
মই যে তোমাকে ভাল পাওঁ
মই তোমাকে ভাল পাওঁ কিয় ভাল পাওঁ তাকো নাজানো মইও জানো তুমি এজনী আধুনিক যুগৰ প্ৰেম বুজি নোপোৱা ছোৱালী প্ৰেম তোমাৰ বাবে মাথো এটা সংখ্যা তোমাক এটা ডাঙৰ সংখ্যা লাগে কিন্তু মই আজি তোমাক সুধিছোঁ কিয় লাগে তোমাক এদিন তুমি বুজিবা মই তোমাকে ভাল পাওঁ মইও তোমাৰ বাবে প্ৰাৰ্থনা কৰিম তুমি সুখী হোৱা, তুমি বিচৰা…