xondhan.com
বন্ধুত্ব-এক সঁচা অনুভৱ
তোৰ হাত ধৰি পাৰ হৈ আহিলো শৈশৱৰ সেন্দুৰীয়া বাট।নিৰ্ভেজাল মৰম বোৰ আচঁলত এৰি থৈ আহিলো ২১ টাকৈ বসন্ত।কি কৰা নাই তই মোৰ বাবে? দুখত ছাঁ দিছ, সুখত লগ দিছ। মোৰ ডায়েৰীৰ পাতে পাতে যে তোৰেই মৰমবোৰ বিয়পি আছে। আৰুনো কি লাগে মোক? মন গ'লেই গুচি যাওঁ তোৰ মৰমৰ মাজলৈ । তোৰ কান্ধত মূৰ থৈ কান্দো,…