xondhan.com
পিঞ্জৰা
প্ৰকাণ্ড অ’ডিটৰিয়ামটোৰ সোঁমাজতে এখন চকীত সি বহি আছে। কাষতে তাৰ দেউতাক। বিৰাট গৰম পৰিছে। গোটেই জগতখনে যেন অলপ পিছত দহি শেষ হৈ যাব। অ’ডিটৰিয়ামটোৰ বেৰকেইখনত লাগি থকা ফেন কেইখনে মানুহবোৰক বতাহ দিবলৈ ঘূৰি ঘূৰি ভাগৰি পৰিছে। সি এবাৰ দেউতাকৰ মুখলৈ চালে। দেউতাকে একেথিৰে সন্মূখৰ ষ্টেজৰ ওপৰলৈ চাই আছে। গোটেই ৰাতিটো নাইট চুপাৰত অহাৰ ভাগৰ খিনিয়ে…