xondhan.com
দুখৰ স্তৱক
(১) আধুনিকতাই কোঙা কৰা বিশ্বৰ ভিন্নতাত আছে জানো সঁচা প্ৰেম ? আছে যদি অলপ প্ৰেম দিয়া হৃদয় গঢ়াৰ বাবে । (২) নিশাৰ নিৰৱতাত ঠেকা খাই উভতি আহে মোৰ ব্যৰ্থতাৰ প্ৰতিধ্বনি, দুখনো কি ? কি আন নাম তাৰ ? মই নাজানো ! হয়তো নিসংগতাই পাতি লোৱা সুশোভিত কাঁইটীয়া উদ্যান । কোনে জানে, বানেধোৱা খেতিয়কৰ মনৰ দুখ…