xondhan.com
কুইজ : ছেপ্তেম্বৰ, ২০১৪
১) তেখেত শিক্ষাগ্ৰহণ কৰিছিল কটন মহাবিদ্যালয় (১৯১৩-১৫), সংস্কৃত মহাবিদ্যালয়, কলিকতা (১৯১৫-১৭), কলিকতা বিশ্ববিদ্যালয় (১৯১৭-১৯১৯), অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, পেৰিছ বিশ্ববিদ্যালয় আৰু বাৰ্লিন বিশ্ববিদ্যালয় (১৯২০-২৭)৷ তেখেতৰ সকলো কিতাপৰ সৰ্বস্বত্ব অধিকাৰ Deccan College PG & Research Institute- Pune, The Jaina Samskriti Samrakshaka Sangh, Maharastra and Prakrit Test Society, Ahmedabad ক দিয়া হৈছে ৷ ভাৰতীয় ডাক সেৱা আৰু টেলিগ্ৰাফ বিভাগে…