pragjyotishassam.com
চাৰি ৰাজ্যৰ বিধান সভাতো মোদীৰ মেজিক - প্ৰাগজ্যোতিষ
নিউজ ডেস্ক,নতুন দিল্লীঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ সমান্তৰাল ভাবে এই বাৰ দেশৰ চাৰিখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওৰিশা আৰু চিকিমত অনুষ্ঠিত হৈছিল বিধান সভা নিৰ্বাচন। ইয়াৰে ওৰিশাক বাদ দি বাকী তিনিখন ৰাজ্যত ১১ এপ্ৰিলত বিধান সভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে ওৰিশাত চাৰিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে চাৰিৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনাও …