muktosinta.org
সপোনৰ বিপণী-(কৌশিক তালুকদাৰ) - মুক্ত চিন্তা
আজিৰপৰা হাজাৰ বছৰ আগতে আকাশৰ জোন-তৰাবোৰ দেখি মানুহ বিস্ময়াভিভূত হৈ পৰিছিল ৷ খালী চকুৰে হ’লেও তেওঁলোকে ৰাতিৰ আকাশত তিৰবিৰাই থকা গ্ৰহ-তৰা ইত্যাদিবোৰৰ অৱস্থান আৰু চাল-চলন লক্ষ্য কৰিছিল ৷ কিন্তু এইবোৰৰ বিষয়ে সম্যক জ্ঞান তেওঁলোকৰ নাছিল ৷ বহুতে মহাকাশৰ তৰা বা গ্ৰহবোৰক কিবা দৈৱিক শক্তি বা আন তেনে অলৌকিক বস্তু বুলিহে ভাবিছিল ৷ পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক …