muktosinta.org
সম্পাদকৰ টোকা :: সাম্প্রতিক অসমৰ ভূত আৰু দানহ ‍(কৌশিক দাস) - মুক্ত চিন্তা
ভূতৰ ওপৰত দানহ বুলি অসমীয়াত এষাৰ কথা আছে। বিগত কেইটিমান দশকত সমগ্র ভাৰতবৰ্ষত ভূতৰূপী ধৰ্মীয় সাম্প্রদায়িকতাৰ ক্রমাগত উত্থান এটা অতিশয় শক্তিশালী নেতিবাচক সামাজিক পৰিঘটনা বুলি পৰিগণিত হৈছে। সম্প্রতি তেনে উত্থানে বিতৰ্কাতীতভাৱে উল্লম্ফনৰ ৰূপ পৰিগ্রহ কৰিছে। বিপজ্জনক বিপুল-ব্যাপক এই আলো‌ড়নৰ ‌কোবাল ঢৌৰ আঘাতত অসমৰ সমাজখনো হৈ পৰিছে জৰ্জৰিত। তেনে বিৰাট সাম্প্রদায়িক কৰ্মকাণ্ডৰেই এটা অংশ হিচাপে প্রস্তাৱ …