muktosinta.org
সম্পাদকৰ টোকা :: প্রসংগ সমকামিতা : কিছু বিক্ষিপ্ত চিন্তা (কৌশিক দাস) - মুক্ত চিন্তা
১. সমকামিতাৰ সংক্রান্তত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে প্রদান কৰা ৰায়টো আক্ষৰিক অৰ্থতেই ঐতিহাসিক। ৰায়টোৰ মতে দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সহমত থাকিলে তেওঁলোকৰ মাজত সমকামিতা কিম্বা অন্য যৌনক্রি‌য়া মুঠেই বেআইনী নহয়, বৰঞ্চ সেয়া হৈছে তেওঁলোকৰ সংবিধানপ্ৰদত্ত অধিকাৰ। A4 আকাৰৰ কাকতত ১২ ফন্ট আখৰেৰে ডাবোল স্পেচত মুদ্রিত ৰায়টো ৪৯৫ পৃষ্ঠাৰ। ৰায়টোত গোটেই বিষয়টো বিস্তাৰিত ৰূপত …