muktosinta.org
সম্পাদকৰ টোকা : ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ (কৌশিক দাস) - মুক্ত চিন্তা
ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ আধুনিক যুগত ধৰ্মৰ ভিত্তিত এখন কল্যাণকামী, মংগলময় আৰু প্রগতিশীল ৰাষ্ট্র নিৰ্মাণ কৰাটো সম্ভৱ নহয়। তাৰ এটা চমৎকাৰ উদাহৰণ হৈছে পাকিস্তান। বহুতেই মন নকৰে যে পাকিস্তানৰ প্রকৃত নাম হৈছে Islamic Republic of Pakistan। এই অফিচিয়েল নামটোৱে নিৰ্দেশ কৰে, ৰাষ্ট্রখনৰ ভিত্তিমূলতেই আছে ধৰ্মৰ সুস্পষ্ট উপস্থিতি। ভাৰতীয় উপমহাদেশ ৰাজনৈতিকভাৱে ঔপনিৱেশিক শাসনৰ পৰা মুক্ত …