muktosinta.org
সময়ৰ অগল্প !-(মনোজ কুমাৰ মহন্ত) - মুক্ত চিন্তা
সৰুৰেপৰা মোৰ ইংৰাজী বিষয়টোৰ প্ৰতি আছিল এক অহেতুক ভয়৷ পিছলৈ সেইটোৱেই মোৰ মনত গজগজীয়াকৈ বহি ল’লে৷ স্কুল-কলেজৰ পৰীক্ষাবোৰত বিষয়টোত পাছ কৰাৰ জোখতকৈ বেছি নম্বৰ গোটাইছিলোঁ বাৰু৷ কিন্তু কোৱাত একেবাৰে তথৈবছ আছিলো বুলিব পাৰি৷ পাৰি নহয় আছিলোৱেই৷ তেনে পৰিস্থিতিৰ মুখামুখি হ’লে সাংঘাতিক নাৰ্ভাছ ফিল কৰিছিলোঁ৷ গাত নিমখ পৰা শামুকটোৰ দৰে খোলাৰ মাজলৈ সন্তৰ্পণে সোমাই পৰিছিলোঁ৷ সেই …