muktosinta.org
সমাজবাদৰ সপোন আৰু গণতন্ত্র- (ধ্রুৱজ্যোতি বৰা) - মুক্ত চিন্তা
(এক) আজিকালি সমাজবাদৰ সপোন দেখা লোকৰ সাক্ষাৎ মিলা টান। দুর্ভাগ্যৰ কথা, বিকল্প কোনো প্রগতিশীল ভাবাদৰ্শৰ দ্বাৰা যে মানুহৰ চিন্তা-চেতনাৰ উদ্দীপন ঘটিছে, তেনে কথাও ক'ব নোৱাৰি। বৰং নব্য-উদাৰতাবাদী ভাবাদর্শই দেখুওৱা স্বার্থপৰতাৰ অন্ধ গলিৰে মানুহে বাট বুলিছে। ইয়াত প্রত্যেকে প্রত্যেকৰ প্রতিযোগী বা শত্রু। সমাজ-চিন্তা, পৰহিতৈষণা তেনে লোকৰ বাবে যুগৰ লগত খাপ নোখোৱা কথা। ১৯৯০ৰ দশকৰ আৰম্ভণিলৈ আহি …