muktosinta.org
শিল্পৰ ৰস গ্ৰহণ-(হেমন্ত নাথ) - মুক্ত চিন্তা
যোগ সাধনা কৰিব লাগে চকু মুদি, শ্বাস-প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰি, কিন্তু শিল্প সাধনা বেলেগ- চকু মেলি ৰাখিব লাগে, প্ৰাণটোক জাগ্ৰত কৰি ৰাখিব লাগে, মনটোক মুক্ত চৰাইৰ দৰে মুকলি কৰি দিব লাগে- কল্পনা জগত আৰু বাস্তৱ জগতত সুখ আস্বাদন কৰিবলৈ। প্ৰত্যেক শিল্পীয়েই তেওঁৰ কল্পনাক ধৰিবলৈ জালখন নিজে বিচৰাধৰণেৰে গুঁঠি লব লগা হয়। আৰু তাৰ পিছত বহি থকা- …