muktosinta.org
সেউজ হিচাপ-(ডঃ লক্ষীপ্ৰসাদ হাজৰিকা) - মুক্ত চিন্তা
অডিট বা হিচাপ বুলিলে আমাৰ সাধাৰণতে টকা-পইচাৰ জমা-খৰচ বা লেন-দেনৰ কথাই মনলৈ আহে। সেইবাবেই আমি দৰমহা, ব্যৱসায়, অধিক উৎপাদনশীল খেতি, ছেভিং বেংক একাউণ্ট, হোম লোন, কাৰ লোন, আয় কৰ আনকি ষ্টক মাৰ্কেট ইত্যাদি কথাতে ব্যস্ত হৈ থাকোঁ। এইবোৰৰ লগতে ব’হাগী মেলাৰ হিচাপ, পূজা কমিটিৰ হিচাপ, ভোগালী উৎসৱৰ হিচাপ, অখণ্ড ভাগৱত পাঠৰ হিচাপো আজি-কালি এৰাব নোৱৰা …