muktosinta.org
সম্পাদকৰ টোকা : মতাদৰ্শ আৰু মূৰ্তি ; সাংস্কৃতিক শুভবুদ্ধি আৰু সাংস্কৃতিক বিপ্লৱ (কৌশিক দাস) - মুক্ত চিন্তা
মতাদৰ্শ আৰু মূৰ্তি ত্রিপুৰাৰ বিগত (২০১৮ চনৰ) বিধানসভাৰ নিৰ্বাচনত বাঁওপন্থী দল পৰাজিত হ’ল। তাৰ পাছতেই ৰাজ্যখনত কিছু মানুহে লেনিনৰ মূৰ্তি এটা ভাঙি পেলায়। কথাটোৱে সমগ্র ভাৰততেই বাদ-প্রতিবাদৰ উদ্ভৱ ঘটালে। প্রচাৰ কৰা হ’ল যে লেনিন আৰু লেনিনৰ ভাবাদৰ্শ এতিয়া অপ্রাসংগিক, লেনিনৰ মূৰ্তি সজাই ৰখাৰ কোনো যুক্তি নাই। ব্যক্তিবিশেষৰ প্রতিমূৰ্তি ৰাজহুৱাভাৱে প্রতিষ্ঠা কৰা উচিত নে অনুচিত, সেই …