muktosinta.org
উইলিয়াম ছকলে : ছিলিকনৰপৰা ছিলিকন ভেলিলৈ - (ভাৰ্গৱ বৰঠাকুৰ) - মুক্ত চিন্তা
নিউক্লীয় পদাৰ্থবিজ্ঞানত গৱেষণা কৰাৰ উদ্দেশ্যে এবাৰ এজন ছাত্ৰই বিজ্ঞানী ৰাডাৰফ'ৰ্ডৰ কাষ চপাত, ৰাডাৰফ'ৰ্ডৰ নিৰাশাজনক উত্তৰটো আছিল এনেধৰণৰ – " গৱেষণাৰ বেলেগ ক্ষেত্ৰ বিচাৰা…”। এইক্ষেত্ৰত গৱেষণা সম্পূৰ্ণ হৈছে। কিন্তু ভৱিষ্যতৰ গৱেষণাই এইটো ভুল প্ৰমাণিত কৰিলে, আৰু ন-ন অধিক তথ্যৰ আৱিষ্কাৰ হ'ল। বিজ্ঞানৰ লক্ষ্যই হ'ল অন্বেষণ। আৰু এই লক্ষ্যটো কাৰ্যত পৰিণত হয় এচাম অনুসন্ধিৎসু মানুহৰ প্ৰণালীবদ্ধ …