muktosinta.org
ভলত্যাৰৰ জীৱন আৰু সাহিত্য: (মূল- অৰুণ মিত্ৰ, অনুবাদ-মুনীন শৰ্মা) - মুক্ত চিন্তা
ভলত্যাৰৰ জন্ম হৈছিল ১৬৯৪ খ্রীষ্টাব্দত। তেওঁৰ আচল নাম আছিল ঝাঁ-মাৰি আৰুৱে । এই নামটোৰে আখৰবোৰ কাট-কুট কৰি তেওঁ নিজেই এই ভলত্যাৰ নামটো তৈয়াৰ কৰি লয় । তেওঁৰ মৃত্যু হয় ১৭৭৮ খ্রীষ্টাব্দত। প্রায় সমস্ত অষ্টাদশ শতিকাটোকে জুৰি ভলত্যাৰে বিৰাজ কৰিছিল, শাৰিৰীক আৰু মানসিক এই দুয়োভাৱেই । তেওঁৰ জীৱনৰ দাপোণত সুখদৰ্শন কৰিছে …