muktosinta.org
'ভিলেজ ৰকষ্টাৰ্ছ' আৰু ইয়াৰ পাছত-(অজিত শইকীয়া) - মুক্ত চিন্তা
'ভিলেজ ৰকষ্টাৰ্ছ' অসমৰ ৰাইজে একপ্ৰকাৰ উৎসাহেৰেই চালে। ইয়াৰ পাছত কিছু কথা মনলৈ আহিছে৷ অসমৰ গাঁৱৰ প্ৰতিকূল পৰিস্থিতিত বাস কৰা আৰু অলপো হাৰ নমনাকৈ সংগ্ৰাম কৰি জীয়াই থাকিবলৈ প্ৰয়াস কৰা নিপীড়িত মানুহে না না ঘাত-প্ৰতিঘাতৰ মাজত নিজৰ সপোন পূৰণৰ চেষ্টা কেনেকৈ চলায় যায় তাক সহজভাৱে, খুব কম খৰচত ৰীমা দাসে চিনেমাখন নিৰ্মাণ কৰি দেখুৱালে। য'ত অনুসন্ধিৎসুজনে …