muktosinta.org
প্ৰসঙ্গ : ভিলেজ ৰকষ্টাৰ্ছ-(ডালিম দাস) - মুক্ত চিন্তা
ছবিখনৰ বহুতো মাত্ৰা আছে‌। তাৰে এটা হ'ল, ই যেনেকৈ এখন প্ৰাপ্তবয়স্ক দৰ্শকৰ চিনেমা, তেনেকৈ ই এখন মনোৰম শিশু চিনেমা (childrens' film)ও‌। Turtles can fly ইত্যাদি ছবিৰ দৰে ইয়াৰ হয়তো এক সৰ্বগ্ৰাসী আৰু জ্বলন্ত আৰ্থ-ৰাজনৈতিক প্ৰেক্ষাপট নাই; বান-বিধ্বস্ত, অৱহেলিত গ্ৰাম্য অসমৰ আভৰণহীন( raw) পটভূমিতেই পৰিচালকৰ দৃষ্টি নিবদ্ধ; কিন্তু কাহিনী মূলতঃ এজাক শিশুৰ- সিহঁ‌তৰ চিন্তা, সপোন, সকলো …