muktosinta.org
আলফা - মোহভংগৰ বেদনা-(মনজিতা শইকীয়া) - মুক্ত চিন্তা
বিগত কেইবাটাও দশক ধৰি অসমত চলি থকা বিভিন্ন আন্দোলনৰ পৰা অসমীয়া ৰাইজে যথেষ্ট শিক্ষা লৈছে। ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, বিদেশী বিতাড়ন আন্দোলন আদিৰ প্ৰতি প্ৰায়ভাগ অসমীয়াৰে সদ্ভাৱ আছিল, লগতে সমৰ্থনো আছিল। কিন্তু আন্দোলনে কি দিলে কি নিলে সেয়াও সকলোৰে জ্ঞাত। অসমীয়া সমাজখন একগোট হোৱাৰ পৰিবৰ্তে থানবান হৈ পৰিল। সেই আন্দোলনৰ সময়তে সৃষ্টি হোৱা আলফাক লৈ …